DailyVlog এই ন য়ম প লন কৰ ন ক য় কৰ ব ল গ স ৱ দয ক ত এট ৰ ছ প
Описание
নমস্কাৰ, বন্ধু বান্ধৱী সকল ????????
আজি মই আপোনালোকৰ আগত মোৰ ভিডিঅটোৰ জৰিয়তে অসমীয়াৰ কিছু নিয়ম দেখাবলৈ চেষ্টাহে কৰিছো মাথো, যদি কিবা ভুল দেখিলে আঙুলিয়াই দিয়ে যেন।
যদি মোৰ ভিডিঅটো চাই ভাল পাই Like comments and subscribe কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰে যেন ????????
#অসমীয়াৰপৰম্পৰা, #ভাতপিঠা, #অসমিয়ানিয়ম
